Nuwari Buli Kune Kole (From "Promaan")
Similar songs
Jiya Mon Jiya Pran
Roop Niyor03:03
Dergaon
Abhilash Borpuzari04:01
Radha Kanu
Kiss03:25
Tumi Xokolute
Ryan Kashyap,Riyon Bora03:48
Xaturongi (From "DUSOKURE")
Niyor Nibir Saikia04:01
Ringa Ringa
Rupam Bhuyan,Mahalakshmi Iyer05:28
O Kolija
Pankaj Da04:21
03:22
04:13
Neel Akash
Neel Akash03:57
Similar Songs
Jiya Mon Jiya Pran
Roop Niyor
Dergaon
Abhilash Borpuzari
Radha Kanu
Kiss
Tumi Xokolute
Ryan Kashyap,Riyon Bora
Xaturongi (From "DUSOKURE")
Niyor Nibir Saikia
Ringa Ringa
Rupam Bhuyan,Mahalakshmi Iyer
O Kolija
Pankaj Da
Dubori
Ereka,Ankur Kashyap,Dhrtx
Kajol
Pranjit E. Hazarika,Dhruba Basumatary,Xowaron
Neel Akash
Neel Akash
About song
Album: Nuwari Buli Kune Kole (From
3 Plays
Music: Bishrut Saikia
Singer: Bishrut Saikia
Lyricist: Bishrut Saikia
Copyright © Bishrut Saikia
Lyrics
এই যে মানুহ ভাগি পৰে টুকুৰাবোৰ কোনে বুটলে
এই যে মানুহে ভুল বুজে বুজিবলৈনো কোনে খোজে
নিজক বুজি পালে
সপোনক সময় দিলে
বিচৰাৰ দৰে সঁহাৰি পাবলৈ
নোৱাৰি বুলি কোনে কলে
এই যে মানুহে এৰি গলে
স্মৃতিবোৰে থাকি কি কৰে
ৰৈ যোৱা স্মৃতিৰ অবিহনে
সোঁৱৰণী গঢ়ো কিদৰে
হেৰুৱা জনৰ যদি
আধা হয় জীৱন কাহিনী
সেই কাহিনী আগুৱাই নিবলৈ
নোৱাৰি বুলি কোনে কলে
নোৱাৰি বুলি কোনে কলে
এই যে মানুহে ভুল হলে
সমাজৰ হাঁহিলৈ কিয় ভয় কৰে
সমাজৰ হাঁহিৰ অবিহনে
সমাজে সকাহ পাই কিদৰে
নিজৰ ভুল দেখিলে
দেখিলে ভাবি মানিলে
ভুলবোৰ পাহৰি ভুলবোৰ পাহৰি
ভালবোৰ লবলৈ
নোৱাৰি বুলি কোনে কলে
নোৱাৰি বুলি কোনে কলে
নোৱাৰি বুলি কোনে কলে
